১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৬৫ বছৰীয়া বৃদ্ধৰ। চিপচ খুৱাৰ চলেৰে দোকানৰ ভিতৰলৈ নি অসৎকাৰ্য্য কৰাৰ প্ৰয়াস চুনু গোহাঁই নামৰ…
Read More »আঞ্চলিক
ধাৰাসাৰ বৰষুণৰ কবলত পৰিব অসম। বৰষুণৰ লগতে শিলাবৃষ্টি তথা বিজুলী-ঢেৰেকনিৰ প্ৰভাৱত পৰিব অসম। এই সম্পৰ্কত সতৰ্কবাণী প্ৰকাশ কৰিছে বতৰ বিজ্ঞান…
Read More »তিনিচুকীয়াত শোকাৱহ ঘটনা। পেৰাছেইলিংৰ পৰা পৰি এজন লোকৰ মৃত্যু। এই ঘটনা গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হয়। খবৰ…
Read More »শান্তিৰ পথলৈ TLA (RCTS), কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ‘ব Tiwa liberation Army চমুকৈ TLA ৰ কেডাৰ সকল । অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত শান্তিৰ আলোচনাৰ বাবে সাজু হৈছে TLA ৰ কেডাৰ সকল। ২০১৪ চনৰ ১৬ অক্টোবৰতে গঠিত এই স–সস্ত্ৰ সংগঠনটোৱে দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণৰ বাবে কাইলৈ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰে আলোচনাত বহিব কেডাৰ সকল। এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ সাধাৰণ সম্পাদক ছালজন লাইডামা লুমফুইয়ে। এই উদ্দেশ্যে সাজু হৈছে মহিলা কেডাৰ সহ সংগঠনটোৰ শতাধিক কেডাৰ । দুই পক্ষৰ আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মিলেশ্বৰ পাতৰে। তেওঁৰ নেতৃত্বতে দুয়োপক্ষ আগবাঢ়িছে শান্তিৰ দিশে । উল্লেখ্য যে সংগঠনটোৰ জন্মদাতা বিদ্যুৎ আমছংৰ কিছুদিন পূৰ্বে স্বৰ্গগামী হয়।
Read More »যোৱা ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ এটা দলে ছাত্ৰনেতা কীৰ্তিকমল বৰাক কৰা এনকাউণ্টাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নগাঁও আৱৰ্ত ভৱনত ২৮ জানুৱাৰীৰ…
Read More »ৰঙিয়াত উদ্ধাৰ ৩ যুৱকৰ মৃতদেহ। ৰঙিয়াৰ তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু। বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল…
Read More »ভাৰতীয় বতৰ বিজ্ঞানকেন্দ্ৰৰ তথ্য অনুসৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত আজিৰে পৰা আগন্তুক ৫ দিনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা…
Read More »কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা। উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰিলে এটা মৃত গঁড়। চোৰাং চিকাৰীয়ে…
Read More »হৃদয় বিদাৰক! এক ককা আৰু নাতিনীৰ কাহিনী৷ পিতৃ মাতৃৰ অকাল বিয়োগত সৰ্বহাৰা হোৱা দুটি ভাতৃ ভগ্নী একমাত্ৰ আশ্ৰয়স্থল আছিল দৰিদ্ৰ…
Read More »একোচা দীঘল ধুনীয়া সোনালী চুলি। চুলিকোচাৰ দৈৰ্ঘ এজন সুস্থ সবল মানুহৰ উচ্চতাতকৈও বেছি। সৰ্বশৰীৰ ঢাক খাই চুলিৰে। এলোনা ক্ৰেভচেংকোৰ নামৰ…
Read More »