আন্তঃৰাষ্ট্ৰীয়ভাৰতমহাৰাষ্ট্ৰৰাষ্ট্ৰীয় সুৰক্ষা

মুম্বাই কাণ্ডৰ পুনৰাবৃত্তি! সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি

পুনৰ মুম্বাইত ভয়াৱহ আক্ৰমণৰ আশংকা কৰা হৈছে

পুনৰ মুম্বাইত ভয়াৱহ আক্ৰমণৰ আশংকা কৰা হৈছে।
পাক সন্ত্ৰাসবাদীৰ লগতে চীনৰ পৰা আক্ৰমণৰ ভাবুকি আহি থকাৰ সময়তে মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ হৰিহৰেশ্বৰ তীৰৰ সমীপত উদ্ধাৰ হয় দুখন সন্দেহজনক সন্ত্ৰাসবাদী নাও।

 

তিনিটা AK-47 ৰাইফলসহ কাৰ্টিজ উদ্ধাৰ কৰা হয় এখন নাওখনৰ পৰা। আনখন নাৱৰ পৰা জিলেটিনষ্টীকসহ বিস্ফোৰক মাৰাণাস্ত্ৰ উদ্ধাৰ কৰা হয়।নাও দুখন ধৰা পৰাৰ পাছতেই ৰায়গড় জিলাত জাৰি কৰা হয় হাইএলাৰ্ট।

 

আৰক্ষীয়ে জনোৱা মতে ভাৰতৰ নহয় নাও দুখন।
উল্লেখ্যযে, বাণিজ্যিক মহানগৰী মুম্বাইত সন্ত্ৰাসবাদীয়ে ২৬/১১ৰ দৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ বাবে ব্লু-প্ৰিণ্টৰচনা কৰাৰ আশংকা কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে। যাৰ বাবে সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.