প্ৰযুক্তি

বেংকত কাম আছে যদি খৰধৰ কৰক, কিয়নো তিনিদিনৰ বাবে বন্ধ থাকিব বেংক সেৱা…

ভাৰতীয় ষ্টেট বেংকত একাউণ্ট থকাসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। SBIৰ গ্ৰাহকসকললৈ বেংকে জাৰি কৰিছে সতৰ্কবাণী। কাইলৈৰ পৰা তিনি দিনৰ…

অধিক পঢ়ক »

জিঅ’ নেটৱৰ্কৰ লেহেমীয়া গতি, ক্ষোভ উজাৰিলে জিঅ’ ব্যৱহাৰকাৰীয়ে…

লেহেমীয়া হৈছে জিঅ’ নেটৱৰ্কৰ গতি। বহু ব্যৱহাৰকাৰী, উপভোক্তাই অভিযোগ তুলিলে ৰিলায়েন্স জিঅ’ৰ বিৰুদ্ধে। নেটৱৰ্কৰ অচলাৱস্থাৰ কথা লিখি টুইটাৰতো গ্ৰাহকৰ অভিযোগ।…

অধিক পঢ়ক »

আজি ভাৰতে অষ্টমবাৰলৈ পৰীক্ষা কৰিব অগ্নি-৫ মিছাইল

আজি ভাৰতে অষ্টমবাৰলৈ পৰীক্ষা কৰিব অগ্নি-৫ মিছাইল। এই মিছাইলটো নিউক্লিয়াৰ ৱাৰহেডলৈ লৈ যাবলৈ সক্ষম হয় আৰু ইয়াৰ ক্ষিপ্ৰতা হৈছে ৫০০০ কিঃমিঃ।…

অধিক পঢ়ক »

ভয়ংকৰ! মোবাইল গেম খেলিবলৈ মাতৃৰ একাউণ্টৰ পৰা সৰকালে ১৯ লাখ টকা

শিৱসাগৰত ভয়ংকৰ কাণ্ড। মোবাইল গেম খেলিবলৈ চুৰি কৰিলে ১৯ লাখ টকা। ৪ কিশোৰে সৰকালে বৃহৎ পৰিমাণৰ ধন। মাতৃৰ একাউণ্টৰ পৰা…

অধিক পঢ়ক »

শিল্পী পিতা-পুত্ৰৰ হাতত প্ৰাণ পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১৪ ফুট উচ্চতাৰ আইৰনৰ মূৰ্তি

অন্ধ্ৰপ্ৰদেশৰ গুনটুৰ জিলাত সাজি উলিওৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটি ১৪ ফুট উচ্চতাৰ মূৰ্তি। পেলনীয়া আইৰনৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে…

অধিক পঢ়ক »

ফেৰী চলাচলৰ ক্ষেত্ৰত কি নীতি নিৰ্দেশনা জাৰি কৰিলে প্ৰশাসনে

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতে আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজ সন্দৰ্ভত এক পৰ্যালোচনা…

অধিক পঢ়ক »

নিমাতীঘাটত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা

নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাৱেৰে ঘটনাস্থলী পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ঘটনাস্থলীত সংবাদমাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও গুৰুত্বপুৰ্ণ ঘোষণা।…

অধিক পঢ়ক »

প্ৰায় চাৰিমাহৰ অন্তত আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰীসেৱা

আজিৰে পৰা আৰম্ভ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰীসেৱা। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ ক’ভিড বিধি মানি চলিব…

অধিক পঢ়ক »

ATMৰ পৰা ক্ষতিগ্ৰস্ত নোট ওলালে কি কৰিব?

ATMৰ পৰা প্ৰায়ে আমি টকা উলিয়াও। বেংকত গৈ টকা লোৱাতকৈ বহুতেই সহজতে ATMৰ পৰা টকা উলিওৱাই ভাল পায়। কিন্তু, দুৰ্ভাগ্যবশতঃ…

অধিক পঢ়ক »

মৰ্মান্তিক! বিদ্যুৎতৰ তাঁৰত পুনৰ মৃত্যু পশুধনৰ

মৰ্মান্তিক! বিদ্যুৎতৰ তাঁৰত পুনৰ মৃত্যু পশুধনৰ। চৰকাৰে গোসুৰক্ষা আইন প্ৰণয়ণ কৰিছে, কিন্তু মানুহ জাতিৰ পৰা গোধন কিমান সুৰক্ষিত? শক্তি বিভাগৰ…

অধিক পঢ়ক »
Back to top button