গুৱাহাটীদুৰ্ঘটনা

মহানগৰীত চিটী বাছৰ দৌৰাত্ম্য, বাছৰ খুন্দাত চিটিকি পৰিল ৰিক্সা চালক

বাছৰ খুন্দাত মৃত্যুক সাৱটি লয় মুনিম বৰা নামৰ এজন ৰিক্সা চালকে

মহানগৰীৰ পাণ্ডু বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। চিটী বাছৰ খুন্দাত থিতাতে নিহত এজন ৰিক্সা চালক।

শনিবাৰে, দুপৰীয়া সংঘটিত হয় এই পথ দুৰ্ঘটনা। চালকৰ পৰিৱৰ্তে হেণ্ডিমেনে বাছখন চলাই যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। বাছৰ খুন্দাত মৃত্যুক সাৱটি লয় মুনিম বৰা নামৰ এজন ৰিক্সা চালকে।

দুৰ্ঘটনাৰ পিছতেই উত্তেজনাই বিৰাজ কৰে ঘটনাস্থলীত। পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.