অসমৰাজনৈতিক

ৰজা আহিব, গতিকে অলপ কষ্ট সহিব লাগিব প্ৰজাই!! বাছৰ অভাৱত হাহাকাৰ অৱস্থা মহানগৰবাসীৰ…

বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তকে লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰজাঘৰীয়া।

বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তকে লৈ এতিয়া ব্যস্ত হৈ পৰিছে ৰজাঘৰীয়া।

প্ৰধানমন্ত্ৰী মোদীৰ অসম আগমণক লৈ ডিব্ৰুগড়, কাৰ্বি আংলঙত আয়োজন হ’ব বিশাল কাৰ্যসূচী। দুয়োখন সভাতে ৫ লাখকৈ লোক সমবেত কৰাৰ লক্ষ্যৰে ঘৰে ঘৰে তামোল-পাণেৰে বিজেপিৰ নেতা-কৰ্মীয়ে আমন্ত্ৰণ জনাইছে জনতাক৷ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়, কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে৷

ইপিনে, প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনতাই। গুৱাহাটীত যান-বাহনৰ অভাৱৰ বাবে হাহাকাৰ অৱস্থা হৈছে যাত্ৰীৰ৷ কাৰণ কেৱল গুৱাহাটীৰ পৰাই প্ৰায় ৫০০ চিটিবাছ অধিগ্রহণ কৰিছে প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে৷ দীৰ্ঘসময় ধৰি অপেক্ষা কৰিও বাছৰ বাবে হাহাকাৰ অবস্থা ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 18 =

Back to top button