আঞ্চলিকবলিউডমনোৰঞ্জন

বৃদ্ধি কৰা হ’ল অমিতাভ বচ্চনৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা

X গ্ৰেডৰ সুৰক্ষা বলিউডৰ বিগ বি লৈ

মহাৰাষ্ট্ৰ চৰকাৰে বৃদ্ধি কৰিলে অমিতাভ বচ্চনৰ নিৰাপত্তা। তেওঁৰ Yকেটেগৰী ছিকিউৰিটি Xকেটেগৰীলৈ বৃদ্ধি কৰা হৈছে। এতিয়া বিগ বিৰ লগত এক্স গ্ৰেডৰ নিৰাপত্তাৰক্ষীত দুজন নিৰাপত্তাৰক্ষী স্থাপন কৰা হ’ব।

Amitabh Bachchan security guard salary| बिग बी के बॉडीगार्ड की सैलरी  Amitabh Bachchan bodyguard Salary| Amitabh Bachchan Guard Jitendra Shinde  Salary| Amitabh Bachchan security guard 1.5 crore salary|अमिताभ बच्चन के ...

উল্লেখযোগ্য যে অমিতাভ বচ্চনক আগতেও মুম্বাই আৰক্ষীয়ে সাধাৰণ নিৰাপত্তা দিছিল। বৰ্তমান এক্স গ্ৰেড ছিকিউৰিটি পোৱাৰ পাছত বিগ বিৰ ছিকিউৰিটিৰ বাবে আৰু ২ জন গাৰ্ড পোষ্ট কৰা হ’ব। তাৰে এজন হৈছে PSO অৰ্থাৎ এতিয়া ৩ জন আৰক্ষীয়ে বিভিন্ন শ্বিফটত অমিতাভ বচ্চনক সুৰক্ষা দিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.