Covid-19ভাৰত

কৰ’ণা ৰোগীক এতিয়াৰে পৰা দিয়া নহ’ব প্লাজমা

এতিয়াৰে পৰা কৰ’ণা ৰোগীক দিয়া নহ’ব প্লাজমা। ক’ভিড-১৯ৰ বাবে কেন্দ্ৰৰ আইচিএমআৰ, নেচনেল টাস্ক ফ’ৰ্চে সোমবাৰে কৰ’ণা ব্যৱস্থাপনাৰ বাবে ক’ভিড নিৰ্দেশনাসমুহৰ সংশোধন কৰে আৰু ক’ভিড চিকিৎসাৰ বাবে প্লাজমা থেৰাপী বাদ দিয়াৰ সিদ্ধান্ত লয়।

পূৰ্বৰ নিৰ্দেশনা মতে, কৰ’ণাৰ লক্ষণবোৰ আৰম্ভ হোৱাৰ সাত দিনৰ ভিতৰতে প্লাজমা থেৰাপীৰ পৰামৰ্শ দিয়া হৈছিল। কিন্তু এই চিকিৎসাই কৰ’ণাৰ গুৰুতৰ পৰিস্থিতি তথা মৃত্যুৰ হাৰত কোনো বিশেষ অৱদান আগ নবঢ়োৱাৰ বাবে প্লাজমা থেৰাপী পৰিহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − ten =

Check Also
Close
Back to top button