অসমজন্তুবন্যপ্ৰাণীস্বাস্থ্য

কাজিৰঙাত উদ্ধাৰ ১৫ দিনীয়া গঁড়ৰ পোৱালি

মাকৰ পৰা বিচ্ছিন্ন হৈছিল গঁড়ৰ পোৱালি

কাজিৰঙাত উদ্ধাৰ হ’ল ১৫ দিনীয়া গঁড়ৰ পোৱালি।

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হ’ল মাকৰ পৰা বিচ্ছিন্ন হোৱা ১৫ দিনীয়া গঁড়ৰ পোৱালি।

কিছুদিনৰ পূৰ্বে মাকৰ সৈতে হাইলেণ্ডত আশ্ৰয় লৈছিল গঁড়পোৱালীটো। খাদ্যৰ সন্ধানত মাকৰে সৈতে ওলাই অহা গঁড় পোৱালীটো হঠাৎ দিশহাৰা হৈ পৰে।

মাকৰ পৰা বিচ্ছিন্ন হৈ মিহিমুখৰ দাঁতি কাষৰীয়া অঞ্চলত থকা অৱস্থাত বনবিভাগৰ লোকে প্ৰতক্ষ্য কৰে গঁড় পোৱালীটো আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰে পোৱালীটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button