leatest updateSocialঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আগন্তুক ৪ দিনলৈ ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত। কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি…

২৯খন জিলালৈ বিশেষ সতৰ্কতা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী
আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ আশংকা
ৰাজ্যৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট জাৰি
উজনি, নামনি ভিন্ন অঞ্চলত বানৰ সংহাৰী ৰূপ
২৯খন জিলালৈ বিশেষ সতৰ্কতা
অৰেঞ্জ জ’নত বৰপেটা, বঙাইগাঁও, নলবাৰী
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাও অৰেঞ্জ জ’নত
YELLOW জ’নত ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ
চিৰাং, বাক্সা, কামৰূপ (ম), দৰং ওদালগুৰি, মৰিগাঁও
কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ
লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ
চৰাইদেউ, ডিমা হাচাও, কাছাৰ আৰু কৰিমগঞ্জ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.