আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাদৈনিক বাতৰি

ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত শিশুসহ ১৯ জন লোকৰ মৃত্যু

ব্ৰঙ্কছৰ এটা আৱাসিক এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। মৃত লোকসকলৰ ভিতৰত আছিল ৯ টা শিশু।

নিউয়ৰ্কৰত ভয়ংকৰ অগ্নিকাণ্ড।

দেওবাৰে নিউয়ৰ্কৰ পৰা আহিছে বেয়া খবৰ। ব্ৰঙ্কছৰ এটা আৱাসিক এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ কমেও ১৯ জন লোকৰ মৃত্যু হৈছে। মৃত লোকসকলৰ ভিতৰত আছিল ৯ টা শিশু।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে বহু চেষ্টাৰ মুৰত জুই নিৰ্বাপন কৰিবলে সক্ষম হয় যদিও তেতিয়ালে যঠেষ্ট ক্ষয় ক্ষতি সাধন হয়।

দুৰ্ঘটনাত ৩২ জন লোকৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। আঘাটপ্ৰাপ্ত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.