প্ৰাকৃতিক দুৰ্যোগভাৰত

ভয়ংকৰ দুৰ্ঘটনাঃ পাহাৰৰ পৰা তললৈ বাগৰি পৰিল যাত্ৰীবাহী বাছ..

Himachal Road Transport Corporationৰ বাছখনৰ ড্ৰাইভাৰজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই সংঘটিত হয় এই ঘটনা

পাহাৰৰ পৰা বাগৰি পৰিল চলন্ত বাছ। শনিবাৰে হিমাচল প্ৰদেশৰ চোলান জিলাত সংঘটিত এই দুৰ্ঘটনা। পাহাৰৰ হেলনীয়া বাটেদি যাত্ৰা কৰাৰ সময়তে তললৈ বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।

Himachal Road Transport Corporationৰ বাছখনৰ ড্ৰাইভাৰজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই সংঘটিত হয় এই ঘটনা। যাৰ বাবে পথৰ পৰা বাগৰি গৈ খালত পৰে বাছখন।

এই দুৰ্ঘটনাৰ ফলত আহত হয় ৩২জন যাত্ৰী। আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ততাতৈয়াকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.