CrimeInternationalleatest updateunivers

হামাছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহৰ হুংকাৰ।

ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণৰ উচিত প্ৰত্যুত্তৰৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ।

হামাছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহৰ হুংকাৰ। হামাছৰ আক্ৰমণৰ বিৰুদ্ধে হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণৰ উচিত প্ৰত্যুত্তৰৰ হুংকাৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। দশকলৈ হামাছে স্মৰণ কৰিব লাগিব বুলিও হুংকাৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহৰ।

আমি কেতিয়াও যুদ্ধ বিচৰা নাছিলো কিন্তু আমাৰ ওপৰত যুদ্ধ জাঁপি দিয়া হৈছে। এই যুদ্ধৰ আমি সমাপ্তি ঘটাম বুলি মন্তব্য ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ। হামাছৰ বৰ্বৰতাৰ বিৰুদ্ধে থিয় দিয়াসকলৰ বাবে এই প্ৰত্যুত্তৰ বুলি মন্তব্য প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যুহৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.