Assamleatest updateSocial

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ধাউতি বৃদ্ধিৰ পদক্ষেপ চৰকাৰৰ।

আইআইটি গুৱাহাটীৰ সহযোগত বিদ্যালয়ে বিদ্যালয়ে স্থাপন হ’ব অত্যাধুনিক গবেষনাগাৰ।

চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত আগবঢ়াই নিয়াৰ অভিলাষী প্ৰয়াস ৰাজ্যৰ শিক্ষা বিভাগৰ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিশত ধাউতি বৃদ্ধিৰ পদক্ষেপ চৰকাৰৰ। টিংকাৰিঙ গবেষনাগাৰ স্থাপন হ’ব ৰাজ্যৰ মাধ্যমিক শিক্ষানুষ্ঠানসমুহত। আইআইটি গুৱাহাটীৰ সহযোগত বিদ্যালয়ে বিদ্যালয়ে স্থাপন হ’ব অত্যাধুনিক গবেষনাগাৰ।

শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ় দিয়াৰ লগতে অত্যাধুনিক প্ৰযুক্তিৰ সৈতে চিনাকী কৰাই দিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। আজি আইআইটি গুৱাহাটীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আনুষ্ঠানিক ভাবে আৰম্ভ কৰে টিংকাৰিঙ গবেষনাগাৰৰ প্ৰদৰ্শনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.