আঞ্চলিকৰাজনৈতিক

কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এতিয়া আনন্দৰ উৎসৱ! মল্লিকাৰ্জুন খাৰ্গেৰ হাতত পৰাস্ত শশী থাৰুৰ

কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এতিয়া আনন্দৰ উৎসৱ।

মল্লিকাৰ্জুন খাৰ্গেৰ হাতত পৰাস্ত শশী থাৰুৰ
কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এতিয়া আনন্দৰ উৎসৱ।
কংগ্ৰেছৰ নতুন সভাপতিৰুপে নিৰ্বাচিত হ’ল মল্লিকাৰ্জুন খাৰ্গে। শশী থাৰুৰতকৈ আঠগুণ অধিক ভোট পাই জয়লাভ কৰে মল্লিকাৰ্জুন খাৰ্গেই।

খবৰ অনুসৰি কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত ৯,৩৮৫ টা ভোটৰ ভিতৰত মল্লিকাৰ্জুন খাৰ্গে লাভ কৰিছে ৭৮৯৭ টা ভোট আৰু শশী থাৰুৰে শাভ কৰিছে ১০০০টা ভোট আৰু ৪১৬ টা ভোট অবৈধ বুলি ঘোষণা কৰা হয়।

Congress president election: It's Kharge vs Tharoor as Gehlot, Digvijaya sit out | India News – India TV

কংগ্ৰেছৰ সভাপতি পদৰ পাৰ্থী শশী থাৰুৰে কংগ্ৰেছৰ নৱনিৰ্মিত সভাপতি খাৰ্গেক অভিনন্দন জনাই কয়ঃ ‘ৰাষ্ট্ৰপতি হোৱাটো এটা ডাঙৰ সন্মান আৰু এক ডাঙৰ দায়িত্ব আৰু মই ভাবো খাৰ্গে জী সফল হৈছে। এক হাজাৰৰো অধিক সহকৰ্মীৰ সমৰ্থন লাভ কৰাটো এক সৌভাগ্যৰ বিষয়। ‘

মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে দিল্লীৰ এআইচিচি কাৰ্যালয়ৰ বাহিৰত দেখা গৈছে কংগ্ৰেছ কৰ্মীৰ আনন্দ উৎসৱ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.