অপৰাধআন্তঃৰাষ্ট্ৰীয়ধাৰ্মিক

তিনিচুকীয়াৰ বৌদ্ধ মন্দিৰত বাংলাদেশী!

তিনিচুকীয়াৰ বৌদ্ধ মন্দিৰত বাংলাদেশী!

তিনিচুকীয়া কলেজ তিনিআলিৰ সমীপত থকা বৌদ্ধ মন্দিৰৰ পৰা ভিক্ষু ৰতনশ্ৰী  ওৰফে ৰাহুল বৰুৱা আটক তিনিচুকীয়া আৰক্ষীৰ৷

ৰতনশ্ৰীৰ পৰা ত্ৰিপুৰাৰ ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

ইতিমধ্যে ভিক্ষু গৰাকীৰ বিৰুদ্ধে তিনিচুকীয়া সদৰত থানাত গোচৰ নং 738/2022U/S 120B/466/468/471R/W SECtion 14(A)(B)বিদেশী আইন 1946 গোচৰ ৰুজু হৈছে ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.