পৰিৱেশ

য’ত সেউজীয়া নাই তাতেই খৰাং, আহক সেউজীয়া কৰি ৰাখো প্ৰকৃতিক…

আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে আজিৰ দিনটোত পালন কৰা হয় এই দিৱস। মানুহৰ জীৱনত সেউজীয়াৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

প্ৰকৃতিয়েই হৈছে আমাৰ ঘৰ। প্ৰকৃতিৰ পৰশত জীপাল আমি সকলো। আমাৰ চৌপাশৰ পৰিৱেশেই আমাৰ সাহস। মানুহৰ জীৱনত সেউজীয়াৰ গুৰুত্ব অধিক। য’ত সেউজীয়া নাই, তাতেই খৰাং।

 

 

আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে আজিৰ দিনটোত পালন কৰা হয় এই দিৱস। মানুহৰ জীৱনত সেউজীয়াৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে পালন কৰা হয় এই দিৱস।

 

 

১৯৭৩ চনৰ পৰাই পালন কৰি অহা হৈছে বিশ্ব পৰিৱেশ দিৱস। আমাৰ চৌপাশে মূৰ দাঙি উঠা সমস্যাবোৰৰ সমাধানৰ বাবেই সমাজৰ প্ৰতিজন লোকক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। ধ্বংস হৈ যোৱা প্ৰকৃতিক সুৰক্ষিত কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। এই বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে Only One Earth অৰ্থাৎ কেৱল এখন পৃথিৱী।

 

 

আমাৰ চৌপাশ আৱৰি থকা সুন্দৰ প্ৰকৃতিৰ চোৱা-চিতা কৰাটো আমাৰ সকলোৰে দায়িত্ব। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে আহক আমি পলম নকৰি প্ৰতিজ্ঞাবদ্ধ হওঁ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.