অপৰাধঅসমঅসম আৰক্ষী

গোপন সূত্ৰৰ পম খেদি গড়চুক আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ কফ চিৰাপ…

কফ চিৰাপ কঢ়িয়াই নিয়া ট্ৰাকখন আগৰতলালৈ গৈ আছিল বুলি জানিব পৰা গৈছে।

মহানগৰ আৰক্ষীৰ বিশেষ অভিযান। গড়চুকত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ কফ চিৰাপ। বৃহস্পতিবাৰে, এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ফেঞ্চিডিলৰ ৬৯টা কাৰ্টুন।

চাহেদুল নামৰ এজন সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতেই জব্দ কৰা হয় ট্ৰাকখন। উল্লেখ্য যে, চাহেদুলক গোৱালপাৰাত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। কফ চিৰাপ কঢ়িয়াই নিয়া ট্ৰাকখন আগৰতলালৈ গৈ আছিল বুলি জানিব পৰা গৈছে। গড়চুক আৰক্ষীয়ে বৰাগাঁৱত জব্দ কৰে ট্ৰাকখন। ইতিমধ্যে, AS-01NC-1845 নম্বৰৰ ট্ৰাক খনৰ চালক-হেণ্ডিমেনক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.