অসম

লাহৰীজানৰ খানবস্তিত নহয় কাৰ্বিআংলং প্ৰশাসনৰ উচ্ছেদ!

লাহৰীজানৰ খানবস্তিত উচ্ছেদৰ জাননীৰ বিৰুদ্ধে স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

লাহৰীজানৰ খানবস্তিত উচ্ছেদৰ জাননীৰ বিৰুদ্ধে স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। ২ ফেব্ৰুৱাৰী পৰ্যন্ত দিলে স্থগিতাদেশৰ নিৰ্দেশ। উচ্ছেদৰ জাননী দিয়াৰ বাবে কাৰ্বিআংলং স্বায়ত্তশাসিত পৰিষদৰ অধিকাৰ নাই বুলি উল্লেখ উচ্চ ন্যায়ালয়ৰ।

এই যুক্তিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল আবেদনকাৰীয়ে। ২৬ নৱেম্বৰ, ২০২১ত উচ্ছেদৰ জাননী দিছিল খানবস্তিৰ বাসিন্দাক। কিন্তু কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ পৰা জবাব বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − sixteen =

Back to top button