অসমগুৱাহাটীদৈনিক বাতৰি

‘মোৰ ৰিপ্লাই শুনিবই লাগিব, নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’

ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও

সদনত মুখ্যমন্ত্ৰীৰ ভাষণত বাধা বিৰোধীৰ

‘আমি বিৰোধী দলপতি, উপ দলপতিৰ কথা শুনিলো’

‘গতিকে মোৰ ৰিপ্লাই শুনিবই লাগিব’

‘নিশা ২ বজাত হ’লেও ৰিপ্লাই দিম’

‘ৰাতি ৩-৪ বাজিলেও মই উত্তৰ নিদিয়াকৈ ওলাই নাযাও’

‘সদনত বহিয়েই থাকিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ’

‘উত্তৰ শুনিবলৈ ইমান ভয় কিহৰ’

কাপুৰুষ নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button