অপৰাধদৈনিক বাতৰি

Update: নাগালেণ্ডত প্ৰচণ্ড গুলীয়াগুলী! বৰ্তমানলৈকে উদ্ধাৰ ১১জনৰ মৃতদেহ,

ঘটনাত গুৰুতৰভাৱে আহত ২০ জোৱান

BREAKING

◾ নাগালেণ্ডৰ মন জিলাত উত্তপ্ত পৰিস্থিতি

◾ আছাম ৰাইফলছ-NSCN(K)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

◾ ঘটনাত মৃত্যু ১৪জনৰ

◾ বৰ্তমানলৈকে উদ্ধাৰ ১১জনৰ মৃতদেহ

◾ ঘটনাত গুৰুতৰভাৱে আহত ২০ জোৱান

◾ আহতসকলক দিনজান সেনাৰ চিকিৎসালয়ত ভৰ্তি

◾ বৰ্তমান পৰ্যন্ত ঘটনা সন্দৰ্ভত সেনাই দিয়া নাই স্পষ্টীকৰণ

◾ ৰাইজৰ ৰোষৰ সন্মুখীন নিৰাপত্তাৰক্ষী

◾ ক্ষুব্ধ ৰাইজে অগ্নিসংযোগ কৰে নিৰাপত্তাৰক্ষীৰ বাহনত

◾ স্থানীয় লোকে আক্ৰমণ কৰে নিৰাপত্তাৰক্ষীৰ ওপৰত

◾ নগাৰ আক্ৰমণত আহত বহুকেইজন সেনা জোৱান

◾ আহত সেনা জোৱান পংকজ নাগ, অজয় টুৰাট, হৰেন্দ্ৰ থাপা

◾ আহত মানছিং, দোটাৰাম ঘালে, সুভাষ বসুমতাৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 4 =

Check Also
Close
Back to top button