আন্তঃৰাষ্ট্ৰীয়দুৰ্ঘটনাদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবতৰ

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ! “ৰায়ে” প্ৰাণ কাঢ়িছে প্ৰায় ১৬৯জনৰ

ফিলিপাইনছত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল৷

ফিলিপাইনছত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ৷ টাইফুনে তচ-নচ কৰিলে ফিলিপাইনছৰ একাধিক অঞ্চল৷

ৰায় (Typhoon Rai in Philippines) নামৰ বিধংসী ধুমুহাই বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে প্ৰায় ১৬৯জন লোকৰ৷ তাৰ ভিতৰত ভিছায়া নামৰ এলেকাৰ অধিকাংশ ১২৯ জন লোক মৃত্যুমুখত পৰিছে৷ তদুপৰি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি প্ৰায় ৫০ গৰাকীকৈ লোক এতিয়াও সন্ধানহীন হৈ আছে৷

দেশখনৰ ৩,০০০ৰো অধিক অঞ্চলত প্ৰায় ১ লাখৰো অধিক লোক গৃহহাৰা হৈ পৰিছে৷ স্থানসমূহত বিচ্ছিন্ন হৈ আছে বিদ্যুত সংযোগ। NDRRMCৰ মতে, ১৬ ডিচেম্বৰত ৰায়ে ফিলিপাইনছত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত ৩,৩২,০০০ ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল যদিও সুৰক্ষিত নহয় দেশখনৰ লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.