অসমদৈনিক বাতৰি

ৰে’ল যাত্ৰীৰ বাবে সুখবৰ, উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ নতুন সংযোজন

ৰে’ল যাত্ৰীৰ বাবে সুখবৰ, উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ নতুন সংযোজন

ৰে’ল যাত্ৰীৰ বাবে সুখবৰ

উত্তৰ-পূব সীমান্তৰ ৰে’লৱেৰ নতুন সংযোজন

গুৱাহাটী-ছেকেন্দ্ৰাবাদ-গুৱাহাটী এক্সপ্ৰেছৰ শুভাৰম্ভ

অত্যাধুনিক ৰে’লখনৰ শুভাৰম্ভ সাংসদ কুইন ওজাৰ

উপস্থিত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিষয়া-কৰ্মচাৰী

প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা ছেকেদ্ৰাবাদলৈ পুৱা ৬:২০ত যাত্ৰা আৰম্ভ কৰিব  গুৱাহাটী-ছেকেন্দ্ৰাবাদ-গুৱাহাটী এক্সপ্ৰেছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 3 =

Back to top button