অৰ্থনৈতিককেৰালাজীৱনশৈলী

এজন টেক্সি চালকে নিশাৰ ভিতৰতে হৈ পৰিল ৪০ কোটি টকাৰ অধিকাৰী

ইয়াকে কয় কপাল নহয় চোতাল

এজন টেক্সি চালকে জ্যেকপট জিকি নিশাৰ ভিতৰতে হৈ পৰিল ৪০ কোটি টকাৰ অধিকাৰী। ইয়াকে কয় কপাল নহয় চোতাল।

কেৰেলাৰ বাসিন্দা ৰঞ্জিত সোমৰঞ্জন ডুবাইৰ আবু ধাবিৰ এজন টেক্সি চালক। লটাৰীৰ টিকট ক্ৰয় কৰি ৰঞ্জিতে জিকিলে ২০ মিলিয়ন ডিৰহাম। ভাৰতীয় মুদ্ৰাত প্ৰায় ৪০কোটি টকা।

বিগত তিনি বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আহিছিল ৰঞ্জিতে। তিনি বছৰ পাছত ভাগ্যত লাগিল জ্যেকপট। পিচে, এই লটাৰীৰ টিকট ৰঞ্জিতে

পিচে, এই লটাৰীৰ টিকট ৰঞ্জিতে অকলে কিনা নাছিল। তেওঁৰ বন্ধুকেইজনমানৰ নগত মিলি কিনিছিল। তেওঁলোকৰ প্ৰতিজনেই লটাৰীৰ টিকট কিনোতে ১০০ডিৰহামকৈ দিছিল। সেয়ে বিশাল অংকৰ এই ধনৰাশি অকল তেওঁৰেই নহয়, ১০জন বন্ধু বৰ্গৰ লগত সমানে ভাগ হ’ব।

এতিয়া জ্যেকপটৰ টকাৰে এটা সমৃদ্ধিশালী জীৱনৰ সপোন দেখিছে সোমৰঞ্জনৰ লগতে তেওঁৰ বন্ধুসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.