অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মহানগৰীৰ সাতগাঁৱত আৰক্ষীৰ জালত ঠগ প্ৰৱঞ্চক, প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা লুটিছিল লাখ লাখ টকা

মহানগৰীৰ সাতগাঁৱত আৰক্ষীৰ জালত ঠগ প্ৰৱঞ্চক

আটক কমলজ্যোতি চেতিয়া নামৰ প্ৰৱঞ্চকক

প্ৰৱঞ্চনাৰে বহু লোকৰ পৰা লুটিছিল লাখ লাখ টকা

ফ্লেট, সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনা

এগৰাকী মহিলাৰ গোচৰৰ ভিত্তিত আটক আৰক্ষীৰ

প্ৰৱঞ্চকটোৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ

সাতগাও আৰক্ষীয়ে প্ৰবঞ্চক কমলজ্যোতি চেতিয়াক আটক কৰি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে অব্যাহত ৰাখিছে সোধা–পোছা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button