Assamleatest updatepoliticalSocial

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা।

চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্ণাংগ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচন আয়োগে। সলনি হোৱা নাই লোকসভা আৰু বিধানসভা সমষ্টিৰ সংখ্যা। ১৯টা বিধানসভা সমষ্টি আৰু এটা সংসদীয় সমষ্টিৰ নাম সলনি।

দৰং লোকসভা সমষ্টিৰ নতুন নাম হ’ব দৰং-ওদালগুৰি। হাজো সমষ্টিৰ নতুন নাম হ’ব হাজো শুৱালকুছি।মানিকপুৰ সমষ্টিৰ নতুন নাম সৃজনগ্ৰাম। মানকাচৰ সমষ্টিৰ নাম বীৰছিং জাৰুৱা। ভৱানীপুৰ সমষ্টিৰ নাম ভৱানীপুৰ-সৰভোগ। বকো সমষ্টিৰ নাম বকো-ছয়গাঁও। গোৱৰ্ধনা সমষ্টিৰ নাম মানাহ। বটদ্ৰৱা সমষ্টিৰ নাম ধিং। নগাঁও সমষ্টিৰ নাম নগাঁও-বটদ্ৰৱা। চতিয়া সমষ্টিৰ নাম নদুৱাৰ। চাবুৱা সমষ্টিৰ নাম চাবৱা-লাহোৱাল। মৰাণ সমষ্টিৰ নাম খোৱাং। হাজো সমষ্টিৰ নাম হাজো-শুৱালকুছি।

ডিমা হাচাও সমষ্টিৰ নাম হাফলং। বদৰপুৰ সমষ্টিৰ নাম কৰিমগঞ্জ। আলগাপুৰ সমষ্টিৰ নাম আলগাপুৰ-কাটলিছাড়া। ৰূপসী সমষ্টিৰ নাম পাকা বেতবাৰী। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নাম দক্ষিণ কৰিমগঞ্জ। দক্ষিণ কৰিমগঞ্জ সমষ্টি নামৰ পাথাৰকান্দি। ৰাতাবাড়ী সমষ্টিৰ নাম ৰামকৃষ্ণ নগৰ।

চূড়ান্ত তালিকা প্ৰকাশৰ পিছতে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button