অপৰাধবলিউডবোলছবিমনোৰঞ্জন

নাকচ হ’ল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন

মুম্বাইৰ NDPS আদালতে ড্ৰাগছৰ গোচৰত আৰিয়ান খানৰ জামিন আবেদন পুনৰ নাকচ কৰিলে

ড্ৰাগছৰ গোচৰত আটক হোৱা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে নাপালে জামিন।

মুম্বাইৰ NDPS আদালতে ড্ৰাগছৰ গোচৰত আৰিয়ান খানৰ জামিন আবেদন পুনৰ নাকচ কৰিছে। আদালতে আৰিয়ান খানৰ লগতে আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনো নাকচ কৰিছে।

আৰিয়ান খানৰ বিৰুদ্ধে এনডিপিএছ আইনৰ ধাৰা 8(C), 20(B), 27, 28, 29 আৰু 35 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
উল্লেখ্য যে, মুম্বাইৰ সাগৰত এখন জাহাজৰ পৰা ড্ৰাগছৰ সৈতে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা হৈছিল। ১৪ অক্টোবৰত আৰিয়ান খানক স্থানীয় আৰ্থাৰ ৰোড কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। NDPSৰ প্ৰাৰম্ভিক জিম্মা সমাপ্ত হোৱাৰ পিছত দণ্ডাধীশে তেওঁক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.