অসমচিকিৎসাস্বাস্থ্য

বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

যকৃত ৰোগত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে বুঢ়া সত্ৰাধিকাৰগৰাকী

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বুঢ়া সত্ৰাধিকাৰক সাক্ষাতৰ বাবে অহা লোকৰ নাম পঞ্জীয়নৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

যকৃত ৰোগত আক্ৰান্ত হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে বুঢ়া সত্ৰাধিকাৰগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.