leatest updateঅসমভাৰতমনোৰঞ্জন

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহু নাম! মাষ্টাৰচেফ ইণ্ডিয়াত অসম সন্তান নয়নজ্যোতি শইকীয়ায়ে গুণগুণালে বিহু নাম

Sony Tv ত সম্প্ৰচাৰিত ৰন্ধন প্ৰতিযোগিতা ‘Masterchef India 2023’ ত জিলিকিছে অসমৰ তিনি প্ৰতিযোগী

Sony Tv ত সম্প্ৰচাৰিত ৰন্ধন প্ৰতিযোগিতা ‘Masterchef India 2023’ ত জিলিকিছে অসমৰ তিনি প্ৰতিযোগী।শেহতীয়াকৈ এটা টাস্কত খাদ্য তৈয়াৰ কৰাৰ লগতে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিহু নাম গালে প্ৰতিযোগী নয়নজ্যোতি শইকীয়াই।

তিনিচুকীয়াত জন্ম গ্ৰহণ কৰা নয়নজ্যোতিয়ে ইতিমধ্যে দৰ্শকৰ লগতে বিচাৰকৰো মন জয় কৰিবলৈ সক্ষম হৈছে। নয়নজ্যোতিক বিচাৰক চেফ ৰণবীৰ ব্ৰ’ৰায়ে এখন বিশেষ চুৰী দি পুৰস্কৃত কৰে।ৰণবীৰ ব্ৰৰায়ে এই বিশেষ চুৰীখন শ্ৰেষ্ঠ খাদ্য তৈয়াৰ কৰিলে উপহাৰ হিচাপে দিয়ে। উল্লেখ্য যে নয়নজ্যোতি শইকীয়াৰ সমান্তৰালকৈয়ে অসমৰ শান্তা পৱন শৰ্মা আৰু নাজিয়া চুলতানাও জিলিকিছে প্ৰতিযোগিতাটিত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.