Covid-19অসম

ৰাজ্যত প্ৰকাশ পালে নতুন SOP, কি আছে SOPত?

দেশত অধিকাংশ লোকেই ক'ভিডৰ দ্বিতীয়টো ড'জ লোৱাৰ বাবে চৰকাৰে লৈছে এই সিদ্ধান্ত।

ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা। বৰ্তমানৰ ক’ভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শিথিল কৰি দিছে SOPৰ নিষেধাজ্ঞা। দেশত অধিকাংশ লোকেই ক’ভিডৰ দ্বিতীয়টো ড’জ লোৱাৰ বাবে চৰকাৰে লৈছে এই সিদ্ধান্ত।

ৰাজ্যত প্ৰকাশ পালে নতুন SOP, কি আছে SOPত?

বিমান, ট্ৰেইন আৰু আন বাহনেৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰীসকলে পূৰ্বৰ দৰে কৰাব নালাগে বাধ্যতামূলক ক’ভিড টেষ্টিং। হাস্পতালত বিভিন্ন চিকিৎসাৰ বাবে যোৱা লোকসকলেও কৰাব নালাগে বাধ্যতামূলক ক’ভিড টেষ্টিং। কিন্তু বহিঃৰাজ্যৰ পৰা অহা লক্ষণযুক্ত ৰোগী আৰু হাস্পতাললৈ যোৱা ক’ভিডৰ লক্ষণ থকা ৰোগীসকলে কৰিব লাগিব ক’ভিডৰ বাধ্যতামূলক টেষ্ট।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button