অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিধৰ্মীয়বিশ্বৰাজনৈতিক

অধিক ভয়াৱহ হৈছে ইজৰাইল-পেলেষ্টাইনৰ পৰিস্থিতি, বিগত ৪৮ ঘণ্টাত বৃদ্ধি হৈছে মৃত্যু সংখ্যা

অধিক ভয়াৱহ হৈছে ইজৰাইল-পেলেষ্টাইনৰ পৰিস্থিতি

বিগত ৪৮ ঘণ্টাত বৃদ্ধি হৈছে মৃত্যু সংখ্যা

লেবানানৰ বেৰুতত ইজলাইল আক্ৰমণ পৰিকল্পনা

বৰ্তমানলৈ মৃত্যু ১ হাজাৰৰো অধিক লোকৰ

এতিয়াও হামাছাৰ হাতত বন্দী বহু ইজৰাইলী

কেইবাজনো প্ৰৱাসী মাৰ্কিন নাগৰিকক আবদ্ধ হামাছৰ

দঃ ইজৰাইলত অব্যাহত বোমা-গুলীবৰ্ষণ

১০ নেপালী শিক্ষাৰ্থীৰ মৃত্যুৰ খবৰ

ইজৰাইলত আছিল শিক্ষাৰ্থীকেইজন

আৰু বহু নেপালী নাগৰিক ইজৰাইলত আবদ্ধ

মৃত্যু হোৱা নেপালী নাগৰিকৰ তথ্য নিশ্চিত কৰাৰ আহ্বান

নেপাল দূতৱাসৰ পৰা ইজৰাইল চৰকাৰক আহ্বান

মেঘালয়ৰ ২৭ নাগৰিককো উদ্ধাৰ

সুস্থ অৱস্থাত জাৰ্মানীলৈ প্ৰেৰণ নগৰিককেইজনক

দক্ষিণ ইজৰাইলত অব্যাহত বন্দুক যুদ্ধৰ আক্ৰমণ

হামাছ সন্ত্ৰাসবাদীয়ে চলাইছে আক্ৰমণ

ইজৰাইল সেনাই দিছে উচিত প্ৰত্যুত্তৰ

জল, স্থল, বায়ু সকলো ফালৰ পৰা আক্ৰমণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.