leatest updateঅসম

নতুন ৰূপেৰে উজলি উঠিব শক্তিপীঠ মা কামাখ্যা পীঠস্থান।

স্থাপত্যবিদে ইতিমধ্যে প্ৰস্তুত কৰিছে ইয়াৰ ৰূপৰেখা।

নতুন ৰূপেৰে উজলি উঠিব শক্তিপীঠ মা কামাখ্যা পীঠস্থান। নীলাচল পাহাৰৰ বুকুত অসমীয়া জাতিক গৰ্বিত কৰি উজলি থকা মা কামাখ্যা মন্দিৰৰ কৰিড’ৰ নিৰ্মাণ কৰা হ’ব অভিনৱ আৰ্হিত।

No photo description available.

স্থাপত্যবিদে ইতিমধ্যে প্ৰস্তুত কৰিছে ইয়াৰ ৰূপৰেখা। শনিবাৰে আৰ্হি নিৰীক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰে এই ৰেখাচিত্ৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 8 =

Back to top button