
গুৱাহাটীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ভাড়াঘৰৰ ভিতৰতে নিজৰ জীৱন শেষ কৰিলে শিৱসাগৰৰ যুৱতী ময়ূৰী চেতিয়াই।অনিল নগৰৰ ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি পিতৃ-মাতৃৰ বাবে এৰি থৈ যায় এটা বিশেষ টোকা।য’ত লিখা আছে ”মা দেউতাক ভাইটি ভন্টী কুশলে থাকিবা, মোৰ আৰু জীয়াই থাকিব মন নাই” ইয়াৰ সমান্তৰালকৈ গুৱাহাটীত UPSCৰ কোচ্চিঙো কৰি আছিল ময়ুৰীয়ে।ইতিমধ্যে GMCH হাস্পতালত সম্পন্ন হয় যুৱতীগৰাকীক মৰণোত্তৰ পৰীক্ষা।কিন্তু কি কাৰণত যুৱতীগৰাকীয়ে এই পথ বাচি ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

