অৰ্থনৈতিকৰাজনৈতিক

যোগী আদিত্যনাথে নতুন জনসংখ্যা নীতি মুকলি কৰিছে ৰাজ্যখনত

শিশু জন্মৰ হাৰ ২.১ শতাংশৰ তললৈ অনাৰ সংকল্প আদিত্যনাথ চৰকাৰৰ

বিশ্বৰ জনসংখ্যা দিৱসৰ সৈতে সংগতি ৰাখি সোমবাৰে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাজ্যখনত নতুন জনসংখ্যা নীতি মুকলি কৰিছে৷

আদিত্যনাথ চৰকাৰে ২০২৬ চনৰ ভিতৰত ৰাজ্যখনত শিশু জন্মৰ হাৰ ২.১ শতাংশৰ তললৈ অনাৰ সংকল্প লৈছে৷ জনসংখ্যা নীতি কার্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰে এক খচৰা বিধেয়ক মুকলি কৰিছে। বিভিন্ন সজাগতামূলক আঁচনি গ্রহণ কৰিব৷

মুখ্যমন্ত্রী আদিত্যনাথে কয় যে, জনসংখ্যা সুস্থিৰকৰণৰ ক্ষেত্রত জনসংখ্যা নীতি হ’ব গুৰুত্বপূর্ণ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.