leatest updatenationalSocial

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ISISৰ বিৰুদ্ধে অভিযান

অভিযানত ১৫জন ISIS যোগসূত্ৰকাৰীক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ISISৰ বিৰুদ্ধে অভিযান

দুই ৰাজ্যৰ ৪৪ স্থানত NIAৰ বৃহৎ অভিযান

এই বৃহৎ অভিযানত ১৫জন ISIS যোগসূত্ৰকাৰীক গ্ৰেপ্তাৰ

অভিযানত জব্দ বৃহৎ পৰিমাণৰ ধন, মাৰণাস্ত্ৰ

জব্দ কৰা হৈছে ফোন, ডিজিটেল সামগ্ৰী

ধৃত অভিযুক্তকেইজনে বহিঃৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীৰে ৰাখিছিল যোগসূত্ৰ

বিদেশী শক্তিৰ নিৰ্দেশত ভাৰতত চলাইছিল কূটাঘাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.