অসমঅসম আৰক্ষী

বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ সংবাদমেল। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ।

ডিচেম্বৰত পুনৰ যোৰহাটত হ’ব পঞ্চম SP সন্মিলন

ডিচেম্বৰত যোৰহাটত হ’ব পঞ্চম SP সন্মিলন
বিগত বৰ্ষৰ তুলনাত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা
পূৰ্বতকৈ অসমত মহিলাৰ বিৰুদ্ধে হ্ৰাস পাইছে অপৰাধ
সামগ্ৰিকভাৱে অপৰাধৰ সংখ্যা কমিছে ৰাজ্যত
অসম আৰক্ষীত নাথাকিব কোনো খালী পদ
প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত পদোন্নতিৰ ব্যৱস্থা
অক্টোবৰ মাহৰ পৰা অহাবৰ্ষৰ ১ এপ্ৰিলৰ ভিতৰত হ’ব পদ পূৰণ
অসমৰ ২৫০খন আৰক্ষী চকীক থানালৈ উন্নীতকৰণ
অসমত কেৱল থানা থাকিব, আৰক্ষী চকী নাথাকিব
অহা কেবিনেটত লোৱা হ’ব এই সিদ্ধান্ত
গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা নিয়ন্ত্ৰণ কৰিব DGP কাৰ্যালয়ে
BIEO STF হিচাপে পৰিচিত হ’ব
১ অক্টোবৰৰ পৰা হ’ব ডিজিটেল জেনেৰেল ডায়েৰী
অসমৰ ৫০ শতাংশ গোচৰ ৰুজু হয় গুৱাহাটীত
আৰক্ষীয়ে জব্দ কৰা মালিকবিহীন গাড়ী বিক্ৰী হ’ব ছমাহত
বিক্ৰী কৰা হ’ব জব্দকৃত সোণ
আৰক্ষী অধীক্ষকৰ অধ্যক্ষতাত নাগৰিক সমিতি
চাকৰি কালত আৰক্ষীৰ ৩বাৰ পদোন্নতি
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক
প্ৰতি জিলাত এখনকৈ পুলিচ হাইস্কুল
সাধাৰণ লোকৰ সন্তানেও পঢ়িব পাৰিব এই বিদ্যালয়ত
SP সন্মিলনৰ পিছতে সংবাদ মেলত ঘোষণা মুখ্যমন্ত্ৰীৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 13 =

Back to top button