অপৰাধঅসম

অসমত আল-কায়দা! ৰক্তাক্ত হ’ব নেকি অসম?

বৰপেটাত গ্ৰেপ্তাৰ ৫জনকৈ সন্দেহজনক জেহাদী

◾ আল কায়দাৰে সম্পৰ্ক থকা লোকক গ্ৰেপ্তাৰ অসমত

◾ বৰপেটাত গ্ৰেপ্তাৰ ৫জনকৈ সন্দেহজনক জেহাদীক

◾ বৰপেটা, হাউলী, কলগাছিয়াত গ্ৰেপ্তাৰ ৫জনক

◾ গ্ৰেপ্তাৰ বাংলাদেশৰ মহম্মদ ছাইফুল ইছলাম

◾ গ্ৰেপ্তাৰ খাইৰুল ইছলাম, বাদশ্বাহ চুলেমান খানক

◾ এই দুজনক গ্ৰেপ্তাৰ কলগাছিয়াৰ পৰা

◾ কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ নৌছাদ আলী

◾ তাইবুৰ ৰহমান খানক গ্ৰেপ্তাৰ হাউলীৰ পৰা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − nine =

Back to top button