অসমআঞ্চলিক

মডেলিঙেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমীয়া মহিলা, গৌৰৱ কঢ়িয়ালে শোণিতপুৰৰ কৃতি ছেত্ৰীয়ে…

প্ৰতিভাসম্পন্ন মহিলা কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত মডেলিঙৰ জৰিয়তে ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

মডেলিঙৰ জৰিয়তে আকাশ চুবৰ মন এগৰাকী মহিলাৰ। শোণিতপুৰ জিলাৰ কৃতি ছেত্ৰী নামৰ বিবাহিত মহিলাগৰাকীয়ে মডেলিঙৰ জৰিয়তে কঢ়িয়াই আনিছে গৌৰৱ।

মডেলিঙেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমীয়া মহিলা, গৌৰৱ কঢ়িয়ালে শোণিতপুৰৰ কৃতি ছেত্ৰীয়ে...

‘Miss & Mrs Top Model India 2021’ৰ ‘Miss Top Model 2021’ৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়তো বঁটা পাবলৈ সক্ষম হৈছে কৃতি ছেত্ৰী।

মডেলিঙেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমীয়া মহিলা, গৌৰৱ কঢ়িয়ালে শোণিতপুৰৰ কৃতি ছেত্ৰীয়ে...

প্ৰয়াত ৱাই বি ছেত্ৰী আৰু ডিল মায়া ছেত্ৰীৰ সুকন্যা কৃতিয়ে সৰুৰে পৰাই মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল। প্ৰতিভাসম্পন্ন মহিলা কৃতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত মডেলিঙৰ জৰিয়তে ৰাইজৰ মাজত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

মডেলিঙেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসমীয়া মহিলা, গৌৰৱ কঢ়িয়ালে শোণিতপুৰৰ কৃতি ছেত্ৰীয়ে...

২০১৪ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা ৩৭ বছৰীয়া কৃতিয়ে ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা Miss & Mrs Top Model India 2021ৰ Season-2ত দ্বিতীয় ৰানাৰ্চ আপ হ’বলৈ সক্ষম হয়। ইয়াৰোপৰি জীৱনৰ সকলো বাধা-বিঘিনি নেওচি বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা কৃতি ছেত্ৰীৰ উৎফুল্লিত হৈ উঠিছে অঞ্চলবাসী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 12 =

Back to top button