leatest updateঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডঃ হত্যা কৰি বেগত ভৰাই আনিলে চিন্ন মুণ্ড

অপৰাধৰ সংখ্যা যেন প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত। প্ৰতিদিনে এটাৰ পিছত আনটো নৃশংস হত্যাকাণ্ড ৰাজ্যত সংঘটিত হৈছে।

ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডঃ হত্যা কৰি বেগত ভৰাই আনিলে চিন্ন মুণ্ড…

অপৰাধৰ সংখ্যা যেন প্ৰতিদিনে বৃদ্ধি পাইছে ৰাজ্যত। প্ৰতিদিনে এটাৰ পিছত আনটো নৃশংস হত্যাকাণ্ড ৰাজ্যত সংঘটিত হৈছে। পুনৰ আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্যত।

এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰি মুণ্ড লৈ আহি থকা অৱস্থাত আটক কৰা হৈছে এজনক।এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ টীয়কত।

টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক। হত্যাকাৰী লোকৰজনে এটা বেগত ভৰাই আনিছিল মুণ্ডটো।

আৰক্ষীয়ে লগে লগে আটক কৰে হত্যাকাৰীলোকজনক। জানিব পৰা অনুসৰি, মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ।

আৰক্ষীয়ে আটক কৰি বৰ্তমানৰ লৈ ঘটনা সন্দৰ্ভত তদন্তৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.