Assamleatest updateSocialঅসমগুৱাহাটী

গুৱাহাটীত ৫ টকাত ভাত

গুৱাহাটীত ৫ টকাত ভাত এই কথা শুনি হইতো আপোনাৰ আচৰিত যেন লাগিছে কিন্তু এয়াই সত্য । আপুনি মহানগৰীতো ৫ টকাত পাব ভাত । গুৱাহাটীৰ ক’ত পাব এই ৫টকীয়া ভাত জানেনে আপুনি? গুৱাহাটীৰ ফাঁচী বজাৰৰ কেডাৰ পথৰ এখন টেম্প’ত এই ৫ টকীয়া ভাত পাব আপুনি । আটাইতকৈ কমত অৰ্থাত ৫ টকীয়া ভাত খাবলৈ হেতা ওপৰা একাংশৰ । দৈনিক এই ৫টকীয়া ভাত খাবলৈ আহে প্ৰায় ৫০০তকৈয়ো অধিক লোক ।

 

সবিশেষ কমেন্ট বক্সত…👇

https://www.facebook.com/share/v/1E7cS3aBNT/

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button