আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিবিশ্বৰাজনৈতিক

ক্ৰমাৎ ভয়াৱহ ৰূপত ৰাছিয়াৰ গৃহযুদ্ধ, ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে ভাড়াতীয়া সৈন্যবাহিনীৰ বিদ্ৰোহ

ক্ৰমাৎ ভয়াৱহ ৰূপত ৰাছিয়াৰ গৃহযুদ্ধ

ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে ভাড়াতীয়া সৈন্যবাহিনীৰ বিদ্ৰোহ

ৰাষ্ট্ৰপতিৰ ভাড়াতীয়াৰ মস্কো দখল অভিযান

২৫ হাজাৰৰো অধিক ৱাগনাৰ বাহিনী মস্কো অভিমুখে

ৰাছিয়াৰ ৰুস্তভ-অন-ডন চহৰ দখল ৱাগনাৰ বাহিনীৰ

ভেৰোনেছ, লিপেৎস্কে চহৰো দখলৰ লক্ষ্য মস্কো সেনাৰ

বাধা প্ৰদানকাৰীক প্ৰতিহত কৰি মস্কো দখলৰ হুংকাৰ প্ৰদান

ৰাজধানী মস্কোৰ অৱস্থা অতি ভয়ংকৰ

চৌদিশে ৰাজধানীক ঘেৰি ধৰিছে মস্কো সেনাই

যিকোনো মুহূৰ্ততে পৰিস্থিতিয়ে ল’ব পাৰে ভয়ংকৰ ৰূপ

পৰিস্থিতিক লৈ গভীৰ সংকটত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন

ইতিমধ্যে মস্কো ৰক্ষা কৰিবলৈ ৰাজধানী চহৰত মোতায়েন টেংক, সশস্ত্ৰ সেনা

ৱাগনাৰ বাহিনীক ধ্বংস কৰিবলৈ হেলিকপ্টাৰেৰে আক্ৰমণ ৰুছ সেনাৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.