Socialআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

ISIS-Kক উচিত প্ৰত্যুত্তৰ দিলে আমেৰিকাই

কাবুল বিমানবন্দৰত ভয়ংকৰ আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ

কাবুল বিমানবন্দৰত সংঘটিত হোৱা ভয়ানক আত্মঘাতী বোমাৰুৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে ১৩ জন মাৰ্কিন সেনাসহ ১৫০ৰো অধিক নিৰীহ আফগান নাগৰিকে।

এই বিস্ফোৰণৰ পাছতে শুকুৰবাৰে আফগানিস্তানৰ নানগহৰ প্ৰদেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ নিৰ্দেশত ড্ৰ’ন আক্ৰমণৰ জৰিয়তে ISIS-Kৰ অপাৰেটিভ আৰু সহযোগীক হত্যা কৰে আমেৰিকাই।

উল্লেখযোগ্য যে, চোৰাংচোৱাৰ তথ্য অনুসৰি কাবুল বিমানবন্দৰত সন্ত্ৰাসবাদী গোট ISIS-Kই যিকোনো সময়তে সংঘটিত কৰিব পাৰে বিস্ফোৰণ। সেয়েহে আফগান নাগৰিক আৰু মাৰ্সকিন নাগৰিকসকলক কাবুল বিমানবন্দৰলৈ নাহিবৰ বাবে আহ্বান জনাইছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.