অসমআঞ্চলিকদৈনিক বাতৰি

ক’ত অন্তৰ্ধান হ’ল ছাইবুৰৰ ল’কাৰৰ সম্পত্তি?

তিনিমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা তদন্তকাৰী সংস্থাৰ

ছাইবুৰৰ লকাৰৰ পৰা একোৱেই উদ্ধাৰ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই। হাতীগাঁওৰ SBI শাখাত অভিযান চলাই নিৰাশমনে উভটি গ’ল তদাৰকী শাখাৰ দল।

এবছৰ পূৰ্বে ACS ছাইবুৰ ৰহমানৰ পত্নীয়ে খুলিছিল লকাৰটো। প্ৰায় ৫০টা বীমা, ২৪টা বেংক একাউন্ট আছে ছাইবুৰৰ।
অন্যহাতে, সম্পাত্তিৰ তালিকা অধিক দীঘলীয়া হোৱাৰো যথেষ্ট সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, এতিয়াও বিভিন্ন চৰকাৰী বিভাগৰ পৰা সময়মতে নথি-পত্ৰ লাভ কৰা নাই অভিযানকাৰী দলে। তিনিমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰাৰ ক্ষেত্ৰত অনিশ্চয়তা তদন্তকাৰী সংস্থাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.