অসম

ভ্ৰাম্যমাণৰ প্ৰথম অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যলৈ অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য

অসমৰ বয়োজ্যেষ্ঠা চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য। ৯৩ বছৰীয়া অনুপমা ভট্টাচাৰ্যক মঙলবাৰে দিয়া হ’ল বিশেষ আৰ্থিক সাহায্য।

ৰাতিপুৱা ৯ বজাত অসম চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই দিয়ে এই বিশেষ আৰ্থিক সাহায্য। আমিও অনুপমা ভট্টাচাৰ্যৰ সুস্বাস্থ্য কামনা কৰিলো।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

seven + 19 =

Back to top button