অসমধাৰ্মিকস্বাস্থ্য

বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতা আৰু নাই

এটা যুগৰ সমপ্তি ঘটিল।

⬛ এটা যুগৰ সমপ্তি ঘটিল।

⬛ বৰঙ্গাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতা আৰু নাই।

⬛ নিশা ১-৩০ বজাত বৰঙ্গাজুলি সত্ৰত মৃত্যু হয় সত্ৰাধিকাৰ গৰাকীৰ।

⬛ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল সত্ৰাধিকাৰগৰাকী।

⬛ ৩০খনকৈ সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল হৰেকৃষ্ণ মহন্তই।

⬛ ভাৰত ভূটান সীমান্তত ৩৩ খনকৈ সত্ৰ স্থাপন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শ  বিলাই দিছিল মহন্ত আতাই।

⬛ দেওবাৰে মহন্ত আতাক ২০২০ বৰ্ষৰ ওদালগুৰি ৰত্ন সন্মান প্ৰদান কৰিছিল সাহিত্য সভাই৷

⬛ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭বছৰ।

⬛ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ভকত- বৈষ্ণৱৰ মাজত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 4 =

Back to top button