অসমৰাজনৈতিক

ঘোষণা হ’ল ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন

৩০ অক্টোবৰত ৰাজ্যত উপ-নিৰ্বাচন

◾ঘোষণা হ’ল ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন
◾৩০ অক্টোবৰত ৰাজ্যত উপ-নিৰ্বাচন
◾ৰাজ্যৰ ৫ সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা
◾২৮নং গোসাঁইগাঁও, ৪১ নং ভৱানীপুৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
◾৫৮ নং তামুলপুৰ, ১০১ নং মৰিয়নী, ১০৭ নং থাওৰাৰ দিন ঘোষণা
◾১ অক্টোবৰত জাৰি কৰিব নিৰ্বাচনী অধিসূচনা
◾মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ
◾১১ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষণ
◾মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ
◾২ নৱেম্বৰত ঘোষণা হ’ব ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল
◾বৰ্তমানেও ঘোষণা কৰা নাই মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন
◾সমগ্ৰ মুঠ ৩০খন আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
◾৩খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৩টা সমষ্টিত হ’ব উপ-নিৰ্বাচন
◾বৰ্তমানেও ঘোষণা কৰা নাই মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন
◾সমগ্ৰ মুঠ ৩০খন আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
◾৩খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৩টা সমষ্টিত হ’ব উপ-নিৰ্বাচন
◾৫ নৱেম্বৰত সমাপ্ত হ’ব দেশৰ উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 3 =

Back to top button