অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰি

তিতাবৰত জীৱন্তে অগ্নিদগ্ধ হৈ এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু

নিশা তিতাবৰ বেকাজান আৰক্ষী চকীৰ সমিপত এক শোকাবহ ঘটনা ৷

অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু হয় ৷

মৃত যুৱক জন বিহাৰৰ চিদনাথ মিশ্ৰ৷ অকলসৰে থকা চিদনাথ মিশ্ৰৰ ঘৰত নিশা জুই লাগে আৰু জুইত সম্পুৰ্ন ৰূপে ঘৰটো জ্বলি ভস্মীভুত হয় ৷

তিতাবৰত জীৱন্তে অগ্নিদগ্ধ হৈ এজন ৩৫ বছৰীয়া যুৱকৰ মৃত্যু

বৰহোলাৰ অগ্নী নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও মৃত অৱস্হাত উদ্ধাৰ কৰে চিদনাথ মিশ্ৰৰ মৃতদেহ ৷

তিতাবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো মৰণোত্তৰ পৰিক্ষাৰ বাবে JMCH লৈ পেৰন কৰাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 1 =

Back to top button