অসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবীত উত্তাল লোকসভা

হস্পতিবাৰে পুনৰ অজয় মিশ্ৰৰ পদত্যাগৰ দাবীৰ বিৰোধীৰ হাংগামা

⬛ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পদত্যাগৰ দাবীত উত্তাল লোকসভা

⬛ বৃহস্পতিবাৰে পুনৰ অজয় মিশ্ৰৰ পদত্যাগৰ দাবীৰ বিৰোধীৰ হাংগামা

⬛ বিৰোধী পক্ষৰ হৈ লোকসভাৰ প্ৰশ্নকালত সৰৱ ৰাহুল গান্ধী

⬛ চৰকাৰে গৃহ ৰাজ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ গান্ধীৰ

⬛ লখিমপুৰৰ খেৰী হত্যাকাণ্ডৰ ওপৰত সদনত বিতৰ্কৰ দাবী গান্ধীৰ

⬛ কৃষক বিদ্ৰোহৰ সময়ত খেৰীত অজয় মিশ্ৰৰ পুত্ৰই সংঘটিত কৰিছিল পথ দুৰ্ঘটনা

⬛ ঘটনাৰ তদন্তকাৰী SITয়ে খেৰী কাণ্ডক পূৰ্ব পৰিকল্পিত বুলি অভিহিত কৰিছে

⬛ লোকসভাত পৰিস্থিতি উত্তপ্ত হোৱাত সদন দিনৰ ২ বজালৈ স্থগিত

⬛ ইপিনে অজয় মিশ্ৰই ঘটনা সম্পৰ্কত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন

⬛ মন্ত্ৰী অজয় মিশ্ৰৰ কৰ্মকাণ্ডক লৈ অতিষ্ঠ বিজেপিৰ শীৰ্ষ নেতৃত্ব

⬛ বৃহস্পতিবাৰে অজয় মিশ্ৰক তলব ক্ষুব্ধ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + six =

Back to top button