Socialবলিউডভাৰতমনোৰঞ্জনমহাৰাষ্ট্ৰমুম্বাই

বিয়াৰ পোছাক পিন্ধাৰ লগে লগে নাইকিয়া হয় যুৱতী! ক’ত এই ঘটনা?

এখন অদ্ভুত গাঁও! যি খন গাঁৱত যুৱতীৰ বিবাহৰ দিনটোতে অপহৰণ হয় কইনা গৰাকীৰ

এখন অদ্ভুত গাঁও! যি খন গাঁৱত যুৱতীৰ বিবাহৰ দিনটোতে অপহৰণ হয় কইনা গৰাকীৰ৷ বিয়াৰ পোছাক পিন্ধাৰ লগে লগে নাইকিয়া হয় যুৱতী৷ এয়া কেৱল এগৰাকী কইনাৰ লগত নহয়, গাঁওখনৰ প্ৰত্যেক গৰাকী যুৱতীৰ বিবাহৰ দিনা সংঘটিত হয় এই ঘটনা৷ আচলতে কোনে কইনাবোৰক অপহৰণ কৰে বিয়াৰ পোছাকত৷

বিয়াৰ দিনটোত এনে ঘটনা ঘটিবলৈ লোৱাৰ বাবেই বিবাহপাশত আবদ্ধ হ’বলৈ ভয় কৰা হ’ল যুৱতীসকল৷ সকলো যুৱতীয়ে আতংকিত হৈ পৰিছিল সেই গাঁওখনৰ৷ বিয়াৰ দিনটোতে কেৱল বিবাহৰ পোছাক পিন্ধালৈ বাট চাই ৰয় অপহৰণকাৰীয়ে৷ চয়তানে কৰে নেকি কইনাক অপহৰণ৷ গাঁওখনত আতংকসয় পৰিস্থিতিৰ সৃষ্টি হয় এই কাণ্ডৰ বাবে৷ শেষৰফালে গাঁওখনৰ যুৱতীয়ে বিয়াৰ নাম শুনিলেই কঁপিবলৈ ধৰে৷

হয় এই ঘটনা আচলতে বাস্তৱ জগতৰ নহয় যদিও ৰীল জগতত ১৯৭৯ চনতেই হৈছিল৷ এই কাহিনীটো ১৯৭৯ চনত মুক্তি পোৱা ‘জানী দুষ্মান’ চলচ্চিত্ৰৰ। ডাঙৰ ডাঙৰ ষ্টাৰ কাষ্টৰ সৈতে সজোৱা ছবিখন হিট হৈছিল। ছবিখনত দেখুওৱা হৈছিল যে জৱালা প্ৰসাদে সপোনৰ ছোৱালীজনীক বিয়া কৰাইছে। বিয়াৰ দিনা তেওঁৰ পত্নীয়ে ৰঙা ৰঙৰ বিয়াৰ সাজ পিন্ধে। গাখীৰত বিষ মিহলোৱাত মৰি যায় জৱালা ।

তাৰ পিছত জৱালা চয়তানলৈ পৰিণত হৈ সমগ্ৰ অঞ্চলটোক আতংকিত কৰে।ৰঙা জোৰা পিন্ধা কইনাবোৰক অপহৰণ কৰি হত্যা কৰে জৱালাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button