Assamঅসমগুৱাহাটীদৈনিক বাতৰিসংস্কৃতিসাহিত্য

আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন

৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ সপ্ত সপ্ততিতম অধিৱেশন

আজিৰে পৰা আৰম্ভ অসম সাহিত্য সভাৰ অধিৱেশন ।

৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ সপ্ত সপ্ততিতম অধিৱেশন ।  উখল–মাখল পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ ।

পুৱা নামঘৰৰ দুৱাৰ মুকলিৰে আৰম্ভ কাৰ্যসূচী। ৫হাজাৰ প্ৰতিনিধিয়ে অংশ ল’ব এই অধিৱেশনত । অধিৱেশন স্থলীত নিৰ্মাণ ৮৭ ফুট উচ্চতাৰ জাঁপি । ২৫০ বিপণীৰে অনুষ্ঠিত হ’ব গ্ৰন্থমেলা । বাণিজ্য মেলাৰ বিপৰীতে এইবাৰ বিজ্ঞান মেলা

১৯৮৭ চনত পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৫৩ তম অধিৱেশনৰ কেইখনমান স্থিৰচিত্ৰ।

 

পাঠশালাত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ৫৩ তম অধিৱেশনৰ সেই সময়ৰ সভাপতি আছিল মহেন্দ্ৰ বৰা (১৯২৯-১৯৯৬)

  

অসম সাহিত্য সভাৰ সপ্ত সপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিনা ‘বিজ্ঞান মেলা’ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.