অৰুণাচল প্ৰদেশঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়পৰিৱেশবতৰমেঘালয়

প্ৰৱল বৃষ্টিপাতৰ আগজাননী, আজি অসমত হ’ব নেৰানেপেৰা বৰষুণ!

ঘূৰ্ণীবতাহ আৰু আৰৱ সাগৰ আৰু বংগোপসাগৰৰ বতাহৰ সঙ্গমৰ ফলত উত্তৰ পশ্চিম, মধ্য আৰু পূৱ ভাৰতৰ কিছু অংশত বতাহৰ সৃষ্টি হৈছে

ভাৰতীয় বতৰ বিজ্ঞানকেন্দ্ৰৰ তথ্য অনুসৰি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত আজিৰে পৰা আগন্তুক ৫ দিনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা বুলি জনাই। আনকি চুবুৰীয়া ৰাজ্য মেঘালয়ত হ’ব তুষাৰপাত।

উল্লেখ্য যে, ঘূৰ্ণীবতাহ আৰু আৰৱ সাগৰ আৰু বংগোপসাগৰৰ বতাহৰ সঙ্গমৰ ফলত উত্তৰ পশ্চিম, মধ্য আৰু পূৱ ভাৰতৰ কিছু অংশত বতাহৰ সৃষ্টি হৈছে। ফলস্বৰূপে, ২৬ জানুৱাৰীলৈকে পশ্চিম হিমালয় অঞ্চলত বৰষুণ আৰু তুষাৰপাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.